Weekly Horoscope
- Astrologer Rimjhim Shastri
- Dec 9, 2024
- 1 min read
www.astrorimjhim.com weekly Horoscope Here's the weekly horoscope for December 9-15 ..
*Mesh Rashi (Aries)*
এই সপ্তাহত আপোনাৰ কর্মক্ষেত্রত সাফল্য আহিব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আপনার লাকি ৰং হল ৰঙা
লাকি নম্বৰ হল 9।
*Vrishabha Rashi (Taurus)*
এই সপ্তাহে আপোনাৰ আর্থিক পৰিস্থিতি উন্নতি হব। আপনাৰ প্রেম জীবনত সুখ আহিব। আপোনাৰ লাকি ৰং হল সেউজীয় লাকি নম্বৰ হল 6।
*Mithun Rashi (Gemini)*
এই সপ্তাহত আপোনাৰ যোগাযোগ দক্ষতা বৃদ্ধি পাব। আপোনাৰ ব্যবসায়িক ক্ষেত্রত সাফল্য আহিব। আপোনাৰ লাকি ৰঙ হল হালধীয়া লাকি নম্বৰ হল 3।
*Karkat Rashi (Cancer)*
এই সপ্তাহত আপোনাৰ পাৰিবাৰিক জীবনত সুখ আহিব। আপনাৰ স্বাস্থ্য ভালো থাকিব। আপোনাৰ লাকি ৰঙ হল নীলা লাকি নম্বৰ হল 2।
*Simha Rashi (Leo)*
এই সপ্তাহে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আপোনাৰ কর্মক্ষেত্রত সাফল্য আহিব। আপোনাৰ লাকি ৰঙ হল ৰঙা লাকি নম্বৰ হল 1
*Kanya (Virgo)*
- সপ্তাহৰ ভবিষ্যদ্বাণী: আপনাৰ আর্থিক অবস্থা উন্নতি হব। আপোনাৰ ব্যবসায় বা চাকৰি ভাল হব।
- ভাগ্যবান ৰঙ: সেউজীয়া
- ভাগ্যবান সংখ্যা: 3
*Tula (Libra)*
- সপ্তাহৰ ভবিষ্যতবাণী: আপোনাৰ সম্পর্ক উন্নতি হব। আপোনাৰ প্রেম জীবন ভাল হব ।
- ভাগ্যবান ৰঙ: নীলা
- ভাগ্যবান সংখ্যা: 9
*Brikh (Scorpio)*
- সপ্তাহৰ ভবিষ্যদ্বাণী: আপোনাৰ স্বাস্থ্য উন্নতি হহ। আপোনাৰ শক্তি ও সাহস বৃদ্ধি পাব।
- ভাগ্যবান ৰঙ: ৰঙা
- ভাগ্যবান সংখ্যা: 6
_Dhanu (Sagittarius)_
- সপ্তাহৰ ভবিষ্যতবাণী: আপোনাৰ কৰ্মক্ষেত্রত সাফল্য আহিব।
- ভাগ্যবান বৰণ: হালধীয়া
- ভাগ্যবান সংখ্যা: 6
_Makar (Capricorn)_
- সপ্তাহৰ ভবিষ্যতবাণী: আপোনাৰ আৰ্থিক অৱস্থা উন্নতি হব
- ভাগ্যবান বৰণ: নীলা
- ভাগ্যবান সংখ্যা: 2
_Kumbha (Aquarius)_
- সপ্তাহৰ ভবিষ্যতবাণী: আপোনাৰ সম্পৰ্ক উন্নতি হব।
- ভাগ্যবান বৰণ: সেউজীয়া
- ভাগ্যবান সংখ্যা: 8
_Meen (Pisces)_
- সপ্তাহৰ ভবিষ্যতবাণী: আপোনাৰ স্বাস্থ্য উন্নতি হব আৰ্থিকত বাধা ,খৰছ বৃদ্ধি হব ।
শুভ ৰং-নীলা
শুভ সংখ্যা-4
Comments