
Weekly Horoscope 16 December to 22 December
- Astrologer Rimjhim Shastri
- Dec 16, 2024
- 1 min read
সপ্তাহটোৰ শুভ ৰং আৰু সংখ্যা
মেষ রাশি (Aries) -
ভাগ্যবান বৰণ: ৰঙা
ভাগ্যবান সংখ্যা: ৯
প্রতিকার: যাত্ৰাৰ আগত হনুমান পূজা কৰিৱ আৰু ৰঙা ৰুমাল লগত ৰাখিব
বৃষ রাশি (Taurus) -
ভাগ্যবান বৰণ: সেউজীয়া
ভাগ্যবান সংখ্যা: ৬
প্রতিকার: দূৰ্গা দেবীক পূজা কৰিৱ
মিথুন রাশি (Gemini) -
ভাগ্যবান বৰণ: হালধীয়া
ভাগ্যবান সংখ্যা: ৩
প্রতিকার: গনেশ পূজা কৰিৱ
কৰ্কট রাশি (Cancer) -
ভাগ্যবান বৰণ: নীলা
ভাগ্যবান সংখ্যা: ২
প্রতিকার: শিৱ মন্দিৰত পূজা কৰিৱ
সিংহ রাশি (Leo) -
ভাগ্যবান বৰণ: কমলা
ভাগ্যবান সংখ্যা: ৯
প্রতিকার: সূৰ্য নমস্কাৰ কৰিব সূর্য মন্ত্ৰ জপ
কন্যা রাশি (Virgo) -
ভাগ্যবান বৰণ: সেউজীয়া
ভাগ্যবান সংখ্যা: ৭
প্রতিকার: বুধ মন্ত্ৰ 9 বাৰ মাতি যাত্ৰা কৰিৱ
তুলা রাশি (Libra) -
ভাগ্যবান বৰণ: গুলপীয়া
ভাগ্যবান সংখ্যা: ১
প্রতিকার: শিশু কন্যাক বগা মিঠাই খুৱাব
বৃশ্চিক রাশি (Scorpio) -
ভাগ্যবান বৰণ: ৰঙা
ভাগ্যবান সংখ্যা: ৩
প্রতিকার: মঙ্গল মন্ত্ৰ 9 বাৰ জপ
ধনু রাশি (Sagittarius) -
- ভাগ্যবান বরণ: হালধীয়া
- ভাগ্যবান সংখ্যা: 9
- প্রতিকার: বিষ্ণু দেৱতাক পূজা কৰিৱ
মকৰ ৰাশি (Capricorn) -
- ভাগ্যবান বৰণ: বেঙুনীয়া
- ভাগ্যবান সংখ্যা: 9
- প্ৰতিকাৰ: শনি দেৱতাক পূজা কৰিৱ
কুম্ভ রাশি (Aquarius) -
- ভাগ্যবান বরণ: নীলা
- ভাগ্যবান সংখ্যা: 6
- প্ৰতিকাৰ:শিব মন্দিৰত গাখীৰ ধালিব
মীন রাশি
- ভাগ্যবান বরণ: নীলা
- ভাগ্যবান সংখ্যা: ৬
- প্রতিকার: শনি শালিশা পাঠ কৰক অথবা শুনিব ।
Comments